তোমাৰ নিসিদ্ধ ফেচবুকৰ আলাপবোৰ সন্দেহ নকৰোঁ কেনেকৈ ??মোক এৰিলেও ফেচবুক এৰিব নোৱাৰা (যদিওবা আমাৰ ফেচবুকতেই এদিন যে হৈছিল চিনাকি)ঘৃণা কৰো এতিয়া সেই ফেচবুক আৰু তাৰ মুখা পিন্ধা মানুহবোৰক হাঁহো তোমাৰ ফেচবুক এৰিব নোৱাৰা যুক্তি বোৰ শুনি সিহঁতে তোমাক দিয়া চাপৰ্তবোৰ শুনি থাকা তোমালোক সুখেৰে মোক কিয়নো বিচাৰা?কোনোবা পুৰুষ মোৰ বন্ধু হলে মোক কামাতুৰ বুলি কোৱা আৰু তোমাক যে সিহঁতে.......সন্দেহ হয় জানাহয় সন্দেহ !
তোমাৰ নিসিদ্ধ ফেচবুকৰ আলাপবোৰ সন্দেহ নকৰোঁ কেনেকৈ ??
ReplyDeleteমোক এৰিলেও ফেচবুক এৰিব নোৱাৰা (যদিওবা আমাৰ ফেচবুকতেই এদিন যে হৈছিল চিনাকি)
ঘৃণা কৰো এতিয়া সেই ফেচবুক
আৰু তাৰ মুখা পিন্ধা মানুহবোৰক
হাঁহো তোমাৰ ফেচবুক এৰিব নোৱাৰা যুক্তি বোৰ শুনি
সিহঁতে তোমাক দিয়া চাপৰ্তবোৰ শুনি
থাকা তোমালোক সুখেৰে
মোক কিয়নো বিচাৰা?
কোনোবা পুৰুষ মোৰ বন্ধু হলে মোক কামাতুৰ বুলি কোৱা
আৰু তোমাক যে সিহঁতে.......
সন্দেহ হয় জানা
হয় সন্দেহ !