সুখী হোৱা তুমি
মোৰ দুখবোৰ লৈ সুখী হোৱা তুমি।
মোৰ তেজেৰে মচা ফলিখনত,
লিখি যোৱা তুমি এক নতুন কাহিনী,,
কিন্তু মই চোন তাতেও থাকিম
!!!!!!!!!!
মোৰ অস্তিত্ব লুপ্ত কৰিবা কেনেকৈ??
স্মৃতিপটঁত মোৰ ছবি ঢাকিব পাৰিবা***
. ..... হয়;
কিন্তু মোহাৰিব!!!
মোহাৰিব পাৰিবা জানো;;
মোৰ দুখবোৰ লৈয়েই সুখী হোৱা তুমি।।।।।।।
.......................... Njs karan
This comment has been removed by the author.
ReplyDeleteThis comment has been removed by the author.
Delete